INVENTIONS QUIZ IN ASSAMESE আৱিষ্কাৰ কুইজ
১. টেলিফোন কোনে আৱিষ্কাৰ কৰিছিল ?
– আলেকজেণ্ডাৰ গ্ৰাহাম বেল ৷
২. অক্সিজেন কোনে আৱিষ্কাৰ কৰিছিল ?
– প্ৰীষ্টলী ৷
৩. এৰোপ্লেন কোনে আৱিষ্কাৰ কৰিছিল ?
– অলভিল আৰু উইলবাৰ ৰাইট ৷
৪. ডিজেল ইঞ্জিন কোনে উদ্ভাৱন কৰিছিল ?
– ৰুডলফ ডিজেল ৷
৫. অণুবীক্ষণ যন্ত্ৰ কোনে উদ্ভাৱন কৰিছিল ?
– জেদ জেনছেন ৷
৬. ডিনামাইট কোনে উদ্ভাৱন কৰিছিল ?
– আলফ্ৰেড ন’বেল ৷
Related posts:
























Assam quizassamese gk question answerFree study materials in Assamesegeneral knowledge in assamesegeneral knowledge of assamquiz in assamese languagestudy materials for assam competitive exam
Related posts:























