Skip to content

HANDICRAFTS OF ASSAM – HANDLOOM OF ASSAM অসমৰ হস্ত শিল্প – অসমৰ হস্ত তাঁত আৰু বস্ত্ৰ শিল্প

১) প্ৰশ্ন : অসমৰ গৌৰৱময় সূতা কি?

উত্তৰ : মুগা।

২) প্ৰশ্ন : শুৱালকুছি কিহৰ বাবে বিখ্যাত?

উত্তৰ : পাট আৰ মুগাৰ বাবে বিখ্যাত।

৩) প্ৰশ্ন : গুৱাহাটীৰ আমবাৰীস্থ খনন কেন্দ্ৰটো কিহৰ বাবে প্ৰসিদ্ধ?

উত্তৰ : মৃৎ শিল্প।

৪) প্ৰশ্ন : হাজো আৰু সৰ্থেবাৰী কিহৰ বাবে বিখ্যাত?

উত্তৰ : কুমাৰশালৰ।

৫) প্ৰশ্ন : পাট-মুগাৰ পলুৰ খাদ্য যোগান কেন্দ্ৰস্থলটো ক’ত?

উত্তৰ : শিৱসাগৰ।

৬) প্ৰশ্ন : ‘অ’ক টাচাৰ’ অসমত কোন চনত প্ৰচলিত হয়?

উত্তৰ : ১৯৭২ চনত।

৭) প্ৰশ্ন : পৰ্যটকৰ আকৰ্ষণ বৃদ্ধি কৰা অসমৰ দুবিধ মুখ্য বাঢ়ৈ সঁজুলিৰ নাম কি কি?

উত্তৰ : এশিঙীয়া গঁড় আৰু কামাখ্যা মন্দিৰৰ প্ৰতিৰুপ।

৮) প্ৰশ্ন : কাঁহী, শৰাই, বাটি, লোটা ইত্যাদি কি ধাতুৰ দ্বাৰা তৈয়াৰী?

উত্তৰ : পিতল।

Cart
Back To Top
error: Content is protected !!