Skip to content

MOVIE, DRAMA, THEATRE AND ENTERTAINMENT IN ASSAM অসমৰ চলচ্চিত্ৰ, নাটক, থিয়েটাৰ আৰু মনোৰঞ্জন

১) প্ৰশ্ন : ড° ভবেন্দ্ৰ নাথ শইকীয়াই কোন খন চলচ্চিত্ৰৰ বাবে আৰু কিমান চনত শ্ৰেষ্ঠ নাট্য লিপিৰ ৰাষ্ট্ৰীয় পুৰষ্কাৰ লাভ কৰিছিল? উত্তৰ : ১৯৮৬ চনত ‘অগ্নিস্নান’ চলচ্চিত্ৰ খনৰ বাবে। ২) প্ৰশ্ন : ১৯৯৬ চনত ছিংগাপুৰত অনুষ্ঠিত চলচ্চিত্ৰ মহোৎসৱত কোনজন অসমীয়া অভিনেতাক কোন খন চলচ্চিত্ৰৰ বাবে শ্ৰেষ্ঠ অভিনেতাৰ পুৰষ্কাৰ প্ৰদান কৰা…

PRIZES AND PRIZE WINNERS IN ASSAM অসমৰ বঁটা আৰু বঁটা বিজয়ী সকল

১) প্ৰশ্ন : অসমীয়া সাহিত্যৰ সৰ্বশ্ৰেষ্ঠ বঁটা বিধ কি? উত্তৰ : অসম উপত্যকা সাহিত্য বঁটা। ২) প্ৰশ্ন : ক্ৰীড়াৰ ক্ষেত্ৰত অনবদ্য অৰিহণা যোগোৱা ক্ৰীড়াবিদক কি বঁটা দিয়া হয়? উত্তৰ : লাচিত বঁটা। ৩) প্ৰশ্ন : যশস্বী লেখিকা পূৰবী বৰমুদৈয়ে অসম উপত্যকা সাহিত্য বঁটা কেতিয়া লাভ কৰিছিল? উত্তৰ : ২০১১ চনত।…

TRANSPORT AND COMMUNICATION IN ASSAM অসমৰ পৰিবহণ আৰু যোগাযোগ ব্যৱস্থা

১) প্ৰশ্ন : উত্তৰ – পূৱ সীমান্ত ৰেলৱেৰ মুখ্য কায্যালয় ক’ত অৱস্থিত? উত্তৰ : মালিগাঁও। ২) প্ৰশ্ন : ব্ৰহ্মপুত্ৰ নদীৰ ওপৰত শৰাইঘাট দলঙৰ নক্সা আৰু পৰিকল্পনা কোনে কৰিছিল? উত্তৰ : শ্ৰী বি. চি. গাংগুলী। ৩) প্ৰশ্ন : ডিব্ৰুগড় ৰেলৱে কৰ্মশালা কোন চনত নিৰ্মান কৰা হৈছিল? উত্তৰ : ১৮৮১ চনত। ৪)…

ASSAM FLORA AND FAUNA অসমৰ উদ্ভিদকুল আৰু প্ৰাণীকুল

১) প্ৰশ্ন : ‘পিগমী-হ’গ (Pigmy-Hog) ৰ অসমীয়া স্থানীয় নাম কি? উত্তৰ : নল গাহৰি। ২) প্ৰশ্ন : শোণিতপুৰ জিলাৰ মুখ্য আকৰ্ষণ সমূহ কি কি? উত্তৰ : বেংগল ফ্লোৰিকান আৰু এশিঙীয়া গঁড়। ৩) প্ৰশ্ন : ভাৰতীয় ধনেশ পক্ষী আৰু বৃহৎ পখৰা ধনেশ পক্ষীক একেলগে কি বুলি কোৱা হয়? উত্তৰ : দেওহাঁহ।…

ASSAM TEA INDUSTRY অসমৰ চাহ উদ্যোগ

১) প্ৰশ্ন : কোন চনত অসমত প্ৰথমবাৰ চাহৰ আৱিষ্কাৰ হৈছিল? উত্তৰ : ১৮২৩ চনত। ২) প্ৰশ্ন : চাহৰ বৈজ্ঞানিক নাম কি? উত্তৰ : কেমেলিয়া চিনেনচিছ। ৩) প্ৰশ্ন : অসমত বছৰি গড়ে চাহ উৎপন্নৰ পৰিমাণ কিমান? উত্তৰ : ৪০০ মিলিয়ন কিঃ গ্ৰাঃ (প্ৰায়)। ৪) প্ৰশ্ন : উত্তৰ-পূৰ্বাঞ্চলৰ আঞ্চলিক চাহ গৱেষণা কেন্দ্ৰ্টো…

HANDICRAFTS OF ASSAM – HANDLOOM OF ASSAM অসমৰ হস্ত শিল্প – অসমৰ হস্ত তাঁত আৰু বস্ত্ৰ শিল্প

১) প্ৰশ্ন : অসমৰ গৌৰৱময় সূতা কি? উত্তৰ : মুগা। ২) প্ৰশ্ন : শুৱালকুছি কিহৰ বাবে বিখ্যাত? উত্তৰ : পাট আৰ মুগাৰ বাবে বিখ্যাত। ৩) প্ৰশ্ন : গুৱাহাটীৰ আমবাৰীস্থ খনন কেন্দ্ৰটো কিহৰ বাবে প্ৰসিদ্ধ? উত্তৰ : মৃৎ শিল্প। ৪) প্ৰশ্ন : হাজো আৰু সৰ্থেবাৰী কিহৰ বাবে বিখ্যাত? উত্তৰ : কুমাৰশালৰ।…

ASSAMESE LANGUAGE AND LITERATURE QUIZ অসমৰ ভাষা আৰু সাহিত্যৰ কুইজ

১) প্ৰশ্ন : অসমীয়া ভাষাটো ভাৰতীয় কোন গোষ্ঠীৰ ভাষা? উত্তৰ : আৰ্য। ২) প্ৰশ্ন : পশ্চিম অসমত অসমীয়া ভাষাটো কি ভাষাৰুপে পৰিগণিত? উত্তৰ : কামৰুপী। ৩) প্ৰশ্ন : শ্ৰী মন্ত শংকৰদেৱে তেখেতৰ নাট সমূহ লিখোতে কি ভাষা ব্যৱহাৰ কৰিছিল? উত্তৰ : ব্ৰজাৱলী। ৪) প্ৰশ্ন : কোন চনত কোনে অসমীয়া ভাষাক…

CULTURE AND TRADITION OF ASSAM অসমৰ ৰীতি – নীতি, পৰম্পৰা, ধৰ্ম আৰু ধৰ্মীয় বিশ্বাস সমূহ

১) প্ৰশ্ন : তাঁতশালত বোৱা অসমীয়া সংস্কৃতিৰ প্ৰতীক চিহ্ন কি? উত্তৰ : গামোছা। ২) প্ৰশ্ন : অসমীয়া মানুহে বিশিষ্ট ব্যক্তি সকলক গামোছাৰে কি জনায়? উত্তৰ : সম্বৰ্দ্ধনা, শ্ৰদ্ধা। ৩) প্ৰশ্ন : অসমীয়া পুৰুষ সকলে পৰিধান কৰা মুখ্য পোছাক কি? উত্তৰ : ধুতি – চুৰিয়া। ৪) প্ৰশ্ন : অসমীয়া মহিলা সকলৰ…

FESTIVALS OF ASSAM অসমৰ উৎসৱ – পাৰ্বণ কুইজ

১) প্ৰশ্ন : শস্যৰ খেতি আৰু চপোৱাৰ লগত জড়িত থকা অসমৰ উৎসৱটো কি? উত্তৰ : বিহু। ২) প্ৰশ্ন : ব’হাগ বিহুৱে কিহৰ আগমনৰ সূচনা কৰে? উত্তৰ : অসমীয়া নৱবৰ্ষ। ৩) প্ৰশ্ন : অসমৰ চাহ জনজাতীয় লোক সকলে পালন কৰা উল্লেখনীয় উৎসৱটো কি? উত্তৰ : টুচু-পূজা। ৪) প্ৰশ্ন : ৰাভা সকলে…

ASSAM HISTORY QUIZ অসমৰ ইতিহাস কুইজ

১) প্ৰশ্ন : ১২২৮ চনত নাগা সাম্ৰাজ্যৰ সীমাত উপস্থিত হৈ অসমত আহোম ৰাজ্য স্থাপন কৰি ১২৬৮ চনত মৃত্যু বৰণ কৰা আহোম স্বৰ্গদেউ জন কোন আছিল? উত্তৰ : চাওলুং চুকাফা। ২) প্ৰশ্ন : হিউৱেন চাং অসমলৈ অহাৰ সময়ত কামৰুপৰ ৰজা কোন আছিল? উত্তৰ : কুমাৰ ভাস্কৰ বৰ্মন। ৩) প্ৰশ্ন : অসমৰ…

ASSAM GEOGRAPHY QUIZ অসমৰ ভূগোল কুইজ

১) প্ৰশ্ন : গুৱাহাটী ব্ৰহ্মপুত্ৰ নৈৰ কোন পাৰে অৱস্থিত? উত্তৰ : দক্ষিণ পাৰে। ২) প্ৰশ্ন : অসমৰ প্ৰধান নদী দুখন কি কি? উত্তৰ : ব্ৰহ্মপুত্ৰ, বৰাক। ৩) প্ৰশ্ন : অসমৰ সৰ্বোচ্চ শৃংগটো কি? উত্তৰ : নাম্‌চা বুৰুৱা (Namcha Burwa)। ৪) প্ৰশ্ন : অসমৰ ভিতৰত ডাঙৰ জিলা খনৰ নাম কি? উত্তৰ…

ASSAM GREAT PERSONALITIES, ASSAM FAMOUS PLACES, ASSAM FAMOUS TEMPLES অসমৰ বিশিষ্ট ব্যক্তি, ঠাই আৰু তীৰ্থ স্থান সমূহ

১) প্ৰশ্ন : গুৱাহাটী মহানগৰীৰ দক্ষিণ প্ৰান্তৰ সন্ধ্যাচল পাহাৰত অৱস্থিত বশিষ্ঠ মুনিয়ে বাস কৰা ঠাই খনৰ নাম কি? উত্তৰ : বশিষ্ঠাশ্ৰম। ২) প্ৰশ্ন : ১৭৫১ চনত স্বৰ্গদেউ ৰাজেশ্বৰ সিংহই সাত খলপীয়া কাৰেংঘৰ নিৰ্মাণ কৰা শিৱসাগৰৰ বুৰঞ্জী প্ৰ্সিদ্ধ ঠাই খনৰ নাম কি? উত্তৰ : গড়গাঁও। ৩) প্ৰশ্ন : আহোম স্বৰ্গদেউ ৰুদ্ৰ…

QUIZ ABOUT ASSAM STATE কুইজ অসম ৰাজ্যখন

১) প্ৰশ্ন : ‘অসম’ শব্দটো সংস্কৃত অসমা শব্দৰ পৰা অনা হৈছে। ইয়াৰ অৰ্থ কি? উত্তৰ : অতুলনীয়। ২) প্ৰশ্ন : ২০১১ চনৰ লোকপিয়ল অনুসৰি অসমৰ মুঠ জনসংখ্যা কিমান? উত্তৰ : ৩,১১,৬৯,২৭২। ৩) প্ৰশ্ন : ২০১১ চনৰ লোকপিয়লৰ সমীক্ষা অনুসৰি অসমৰ ভিতৰত সৰ্বাধিক জনসংখ্যা থকা জিলা খনৰ নাম কি? উত্তৰ :…

INVENTIONS QUIZ IN ASSAMESE আৱিষ্কাৰ কুইজ

১. টেলিফোন কোনে আৱিষ্কাৰ কৰিছিল ? – আলেকজেণ্ডাৰ গ্ৰাহাম বেল ৷ ২. অক্সিজেন কোনে আৱিষ্কাৰ কৰিছিল ? – প্ৰীষ্টলী ৷ ৩. এৰোপ্লেন কোনে আৱিষ্কাৰ কৰিছিল ? – অলভিল আৰু উইলবাৰ ৰাইট ৷ ৪. ডিজেল ইঞ্জিন কোনে উদ্ভাৱন কৰিছিল ? – ৰুডলফ ডিজেল ৷ ৫. অণুবীক্ষণ যন্ত্ৰ কোনে উদ্ভাৱন কৰিছিল ?…

ASSAM HISTORY QUIZ অসমৰ বুৰঞ্জী কুইজ

১. অসমৰ প্ৰাচীন নাম কি ? – প্ৰাগজ্যোতিষপুৰ ২. কাৰ দিনত চীনা পৰিব্ৰাজক অসমলৈ আহে ? – ভাস্কৰবৰ্মাৰ দিনত ৷ ৩. চীনা পৰিব্ৰাজকজনৰ নাম কি ? – হিউৱেন চাং ৪. ‘অসম’ নাম কেতিয়াৰ পৰা হয় ? – আহোমসকলৰ ৰাজত্ব কালৰ পৰা ৷ ৫. আহোমসকলৰ আদি ৰজা কোন আছিল ? -…

ASSAMESE MOVIE QUIZ অসমৰ চলচ্চিত্ৰ কুইজ

১. অসমৰ প্ৰথম দূৰদৰ্শন কেন্দ্ৰ কিমান চনত স্থাপিত হৈছিল ? – ১৯৮৫ চন ৷ ২. অসমৰ প্ৰথম অসমীয়া চলচ্চিত্ৰৰ নিৰ্মাতা গৰাকী কোন? – জ্যোতিপ্ৰসাদ আগৰৱালা ৷ ৩. কোন চনত জ্যোতি চিত্ৰাবন স্থাপিত হয় ? – ১৯৬৮ চন ৷ ৪. প্ৰথম অসমীয়া চলচ্চিত্ৰখনৰ নাম কি ? – জয়মতী (১৯৩৫) ৷ ৫.…

Cart
Back To Top
error: Content is protected !!