Skip to content

ASSAM HISTORY QUIZ অসমৰ ইতিহাস কুইজ

১) প্ৰশ্ন : ১২২৮ চনত নাগা সাম্ৰাজ্যৰ সীমাত উপস্থিত হৈ অসমত আহোম ৰাজ্য স্থাপন কৰি ১২৬৮ চনত মৃত্যু বৰণ কৰা আহোম স্বৰ্গদেউ জন কোন আছিল? উত্তৰ : চাওলুং চুকাফা। ২) প্ৰশ্ন : হিউৱেন চাং অসমলৈ অহাৰ সময়ত কামৰুপৰ ৰজা কোন…

Read more

ASSAM GEOGRAPHY QUIZ অসমৰ ভূগোল কুইজ

১) প্ৰশ্ন : গুৱাহাটী ব্ৰহ্মপুত্ৰ নৈৰ কোন পাৰে অৱস্থিত? উত্তৰ : দক্ষিণ পাৰে। ২) প্ৰশ্ন : অসমৰ প্ৰধান নদী দুখন কি কি? উত্তৰ : ব্ৰহ্মপুত্ৰ, বৰাক। ৩) প্ৰশ্ন : অসমৰ সৰ্বোচ্চ শৃংগটো কি? উত্তৰ : নাম্‌চা বুৰুৱা (Namcha Burwa)। ৪)…

Read more

ASSAM GREAT PERSONALITIES, ASSAM FAMOUS PLACES, ASSAM FAMOUS TEMPLES অসমৰ বিশিষ্ট ব্যক্তি, ঠাই আৰু তীৰ্থ স্থান সমূহ

১) প্ৰশ্ন : গুৱাহাটী মহানগৰীৰ দক্ষিণ প্ৰান্তৰ সন্ধ্যাচল পাহাৰত অৱস্থিত বশিষ্ঠ মুনিয়ে বাস কৰা ঠাই খনৰ নাম কি? উত্তৰ : বশিষ্ঠাশ্ৰম। ২) প্ৰশ্ন : ১৭৫১ চনত স্বৰ্গদেউ ৰাজেশ্বৰ সিংহই সাত খলপীয়া কাৰেংঘৰ নিৰ্মাণ কৰা শিৱসাগৰৰ বুৰঞ্জী প্ৰ্সিদ্ধ ঠাই খনৰ নাম…

Read more

QUIZ ABOUT ASSAM STATE কুইজ অসম ৰাজ্যখন

১) প্ৰশ্ন : ‘অসম’ শব্দটো সংস্কৃত অসমা শব্দৰ পৰা অনা হৈছে। ইয়াৰ অৰ্থ কি? উত্তৰ : অতুলনীয়। ২) প্ৰশ্ন : ২০১১ চনৰ লোকপিয়ল অনুসৰি অসমৰ মুঠ জনসংখ্যা কিমান? উত্তৰ : ৩,১১,৬৯,২৭২। ৩) প্ৰশ্ন : ২০১১ চনৰ লোকপিয়লৰ সমীক্ষা অনুসৰি অসমৰ…

Read more

INVENTIONS QUIZ IN ASSAMESE আৱিষ্কাৰ কুইজ

১. টেলিফোন কোনে আৱিষ্কাৰ কৰিছিল ? - আলেকজেণ্ডাৰ গ্ৰাহাম বেল ৷ ২. অক্সিজেন কোনে আৱিষ্কাৰ কৰিছিল ? - প্ৰীষ্টলী ৷ ৩. এৰোপ্লেন কোনে আৱিষ্কাৰ কৰিছিল ? - অলভিল আৰু উইলবাৰ ৰাইট ৷ ৪. ডিজেল ইঞ্জিন কোনে উদ্ভাৱন কৰিছিল ? -…

Read more

ASSAM HISTORY QUIZ অসমৰ বুৰঞ্জী কুইজ

১. অসমৰ প্ৰাচীন নাম কি ? - প্ৰাগজ্যোতিষপুৰ ২. কাৰ দিনত চীনা পৰিব্ৰাজক অসমলৈ আহে ? - ভাস্কৰবৰ্মাৰ দিনত ৷ ৩. চীনা পৰিব্ৰাজকজনৰ নাম কি ? - হিউৱেন চাং ৪. ‘অসম’ নাম কেতিয়াৰ পৰা হয় ? - আহোমসকলৰ ৰাজত্ব কালৰ…

Read more

ASSAMESE MOVIE QUIZ অসমৰ চলচ্চিত্ৰ কুইজ

১. অসমৰ প্ৰথম দূৰদৰ্শন কেন্দ্ৰ কিমান চনত স্থাপিত হৈছিল ? - ১৯৮৫ চন ৷ ২. অসমৰ প্ৰথম অসমীয়া চলচ্চিত্ৰৰ নিৰ্মাতা গৰাকী কোন? - জ্যোতিপ্ৰসাদ আগৰৱালা ৷ ৩. কোন চনত জ্যোতি চিত্ৰাবন স্থাপিত হয় ? - ১৯৬৮ চন ৷ ৪. প্ৰথম…

Read more

ASSAMESE LITERATURE QUIZ অসমীয়া সাহিত্য কুইজ

১. অসমীয়া ভাষা- সাহিত্যৰ জনক কোন ? - শ্ৰীমন্ত শংকৰদেৱ ৷ ২. শ্ৰীমন্ত শংকৰদেৱ বিৰচিত প্ৰধান পুথিখনৰ নাম কি ? - কীৰ্ত্তন ৩. প্ৰথম অসমীয়া গদ্য লেখক কোন ? - ভট্টদেৱ ৷ ৪. প্ৰথম অসমীয়া কথা-কবিতাৰ ৰচক কোন ? -…

Read more

ASSAMESE GREAT PERSON অসম কুইজ – অসমৰ বিশিষ্ট ব্যক্তি – মহান অসমীয়া

১. কোনজন অসমীয়াক ‘কলাগুৰু’ বোলা হয় ? - বিষ্ণুপ্ৰসাদ ৰাভা ৷ ২. কোনজন অসমীয়াক ‘ৰূপকোঁৱৰ’ বোলা হয় ? - জ্যোতিপ্ৰসাদ আগৰৱালাক ৷ ৩. কোনজন অসমীয়া ‘লোকপ্ৰিয়’ নামেৰে খ্যাত ? - গোপীনাথ বৰদলৈ ৷ ৪. কোনজন অসমীয়া ‘কৰ্মবীৰ’ নামেৰে জনজাত ?…

Read more

ASSAM QUIZ IN ASSAMESE LANGUAGE অসমীয়া ভাষাত অসমৰ কুইজ

১) অসমৰ পুৰণি নাম কি? উত্তৰঃ কামৰূপ । ২) প্ৰাচীন কামৰূপ চাৰিটা ভাগ কি কি ? উত্তৰঃ ৰত্নপীঠ, 2) কামপীঠ 3) স্ৱৰ্ণপিঠ আৰু 4) সৌমাৰ পিঠ। 3) বিহগী কবি, বুলিলে কোন অসমীয়া কবিক বুজায়? উত্তৰঃ ৰঘুনাথ চৌধীৰীক। 4) অসমীয়া ভাষাৰ…

Read more
Cart
Back To Top
error: Content is protected !!